মহানগৰীৰ লালগণেশত অগ্নিকাণ্ড, পথৰ দাঁতিৰ দোকানত লাগিল জুই

News18-Assam
Updated:August 3, 2019, 11:33 AM IST
মহানগৰীৰ লালগণেশত অগ্নিকাণ্ড, পথৰ দাঁতিৰ দোকানত লাগিল জুই
শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

  • Share this:
মহানগৰীৰ লালগণেশত অগ্নিকাণ্ড। পথৰ দাঁতিৰ এখন দোকানত জুইৰ সূত্ৰপাত। সাংবাদিক অৰ্ণৱ গোস্বামীৰ পৰিয়ালৰ ভাৰাতীয়া দোকানত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা। ঘটনাস্থলীলৈ ৰাওনা হৈছে অগ্নিকাণ্ড নিৰ্বাপক বাহিনীৰ দল। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
First published: August 3, 2019, 11:33 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি