মুখ্যপৃষ্ঠা » খবৰ

» অসম

»লখিমপুৰৰ বুৱালগুৰিত চিলিণ্ডাৰ বিস্ফোৰণ ঘটি বিধ্বংসী অগ্নিকাণ্ড

লখিমপুৰৰ বুৱালগুৰিত চিলিণ্ডাৰ বিস্ফোৰণ ঘটি বিধ্বংসী অগ্নিকাণ্ড

News18 Assam | News18-Assam
Updated:October 7, 2020, 3:07 PM IST
লখিমপুৰৰ বুৱালগুৰিত চিলিণ্ডাৰ বিস্ফোৰণ ঘটি বিধ্বংসী অগ্নিকাণ্ড
ফজলুৰ ৰহমান নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।

ফজলুৰ ৰহমান নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।

  • Share this:
লখিমপুৰৰ বুৱালগুৰীত চিলিণ্ডাৰ বিস্ফোৰণ ঘটি বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়৷ এটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় এই অগ্নিকাণ্ডত। ফজলুৰ ৰহমান নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। সৌভাগ্যক্ৰমে ৰক্ষা পৰিল ঘৰৰ সদস্যসকল৷ দুপৰীয়াৰ আহাৰ ৰান্ধি থাকোতেই সংঘটিত হয় এই চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা।
Published by: Sanjay Kumar Das
First published: October 7, 2020, 3:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি