কৰিমগঞ্জত বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল ৫টাকৈ বাসগৃহ

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হৈছে বুলি ৰাইজৰ ধাৰণা।

News18-Assam
Updated:September 29, 2019, 9:13 AM IST
কৰিমগঞ্জত বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল ৫টাকৈ বাসগৃহ
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হৈছে বুলি ৰাইজৰ ধাৰণা।
News18-Assam
Updated: September 29, 2019, 9:13 AM IST
কৰিমগঞ্জ চহৰত পুৱতিনিশা বিধ্বংসী অগ্নিকাণ্ড। চহৰখনৰ নীলমণি ৰোডত সংঘটিত হোৱা এই অগ্নিকাণ্ডত ৫টাকৈ বাসগৃহ আৰু দুখন দোকান সম্পূৰ্ণৰূপে জাহ যায়। এখন ই-ৰিক্সাও ভস্মীভূত হয় অগ্নিকাণ্ডত। প্ৰায় ৪০ লাখ টকাৰ ক্ষতিসাধন হয়এই অগ্নিকাণ্ড। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হৈছে বুলি ৰাইজৰ ধাৰণা।

 

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি