নগাঁৱৰ কচুৱা বেলতলাত বিধ্বংসী অগ্নিকাণ্ড, দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ

News18 Assam | News18-Assam
Updated:May 5, 2020, 1:01 PM IST
নগাঁৱৰ কচুৱা বেলতলাত বিধ্বংসী অগ্নিকাণ্ড, দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ
অগ্নিকাণ্ড সংঘটিত কৰাৰ সন্দেহত ইতিমধ্যে চাৰিজন লোকৰ বিৰুদ্ধে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল।

অগ্নিকাণ্ড সংঘটিত কৰাৰ সন্দেহত ইতিমধ্যে চাৰিজন লোকৰ বিৰুদ্ধে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল।

  • Share this:
তৃতীয় পৰ্যায়ৰ লকডাউনৰ মাজতে মঙলবাৰে পুৱতিনিশা নগাঁৱৰ কচুৱা বেলতলাত সংঘটিত হয় এখ বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা৷ অগ্নিকাণ্ডৰ ফলত দপদপকৈ জ্বলি উঠিল এখন দোকান৷ দুৰ্বৃত্ত‌ই নিশা অগ্নিসংযোগ কৰাৰ সন্দেহ ব্যৱসায়িক প্ৰতিষ্ঠানখনত৷ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ছাইফুল ইছলামৰ ৰাসায়নিক সাৰ বিক্ৰী কৰা দোকানখন৷ অগ্নিকাণ্ড সংঘটিত কৰাৰ সন্দেহত ইতিমধ্যে চাৰিজন লোকৰ বিৰুদ্ধে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে  দোকাখনৰ স্বতাধিকাৰী ছাইফুল ইছলামে৷
First published: May 5, 2020, 1:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি