• Home
  • »
  • News
  • »
  • assam
  • »
  • যোৰহাট নগৰৰ সমীপত বিধ্বংসী অগ্নিকাণ্ড, ২৪টা ভাড়াঘৰ ভস্মীভূত

যোৰহাট নগৰৰ সমীপত বিধ্বংসী অগ্নিকাণ্ড, ২৪টা ভাড়াঘৰ ভস্মীভূত

প্ৰতীকী ফটো

প্ৰতীকী ফটো

ষ্ট’ভৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটা বুলি সন্দেহ কৰা হৈছে।

  • Share this:
যোৰহাট নগৰৰ ভোগদৈ দলঙৰ সমীপৰ শুৱনি গাঁৱৰ আনন্দ নগৰত সোমবাৰে পুৱা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ যায় প্ৰায় ২৪টা ভাড়াঘৰ। ৰামজী চাহু নামৰ লোকজনৰ ভাড়াঘৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড। ষ্ট’ভৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটা বুলি সন্দেহ কৰা হৈছে। কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰে। অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই।
Published by:Sanjay Kumar Das
First published: