ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ অগ্নিকাণ্ড, মৰাপাটৰ গুদামত লাগিল জুই

প্ৰায় ৩.৩০ বজাত ৰাইজে জুই প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক।

News18-Assam
Updated:October 25, 2019, 7:24 AM IST
ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ অগ্নিকাণ্ড, মৰাপাটৰ গুদামত লাগিল জুই
প্ৰায় ৩.৩০ বজাত ৰাইজে জুই প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক।
News18-Assam
Updated: October 25, 2019, 7:24 AM IST
ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ অগ্নিকাণ্ড। গৌৰীপুৰ ৪নং ৱাৰ্ডৰ এটা মাৰাপাটৰ গুদামত সংঘটিত হয় অগ্নিকাণ্ড। পুৱতিনিশা প্ৰায় ৩.৩০ বজাত ৰাইজে জুই প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক। অগ্নিনিৰ্বাপক বাহিনীয়ে ৬খন গাড়ীৰ সহায়ত জুই নিৰ্বাপন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। গুদামটো গৌৰীপুৰৰ ব্যৱসায়ী সুভাষ চিৰনীয়াৰ বুলি জানিব পৰা গৈছে। আৰক্ষীৰ উচ্চপদস্থ হয় আৰক্ষীৰ উচ্চপদস্থ বিষয়াও।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি