ধুবুৰীৰ চান্দাখোল বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

News18-Assam
Updated:September 22, 2019, 1:29 PM IST
ধুবুৰীৰ চান্দাখোল বজাৰত ভয়ংকৰ অগ্নিকাণ্ড
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
News18-Assam
Updated: September 22, 2019, 1:29 PM IST
ধুবুৰীৰ পাৰ্শ্বৱতী চান্দাখোল বজাৰত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত দুখন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। বৰ্তমানলৈ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। অগ্নিনিৰ্বাপক বাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত নিৰ্বাচন কৰিবলৈ সক্ষম হয় জুই।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি