உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • দেৰগাঁৱত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে জুইত জাহ গ’ল এটা কমাৰশাল

    দেৰগাঁৱত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে জুইত জাহ গ’ল এটা কমাৰশাল

    এই অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হয়।

    এই অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হয়।

    এই অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হয়।

    • Share this:
    দেৰগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড। নিমিষতে জ্বলি ছাই হ'ল এখন কমাৰশাল। দেৰগাঁৱৰ বগৰিয়নিত এই অগ্নিকাণ্ডৰ ঘটনা। শ্বট চাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হয়। বলবাহাদুৰ বিশ্বকৰ্মা নামৰ ব্যক্তিজনৰ কমাৰশালত সংঘটিত হয় এই ভয়াৱহ অগ্নিকাণ্ড।

    এই অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হয়। শক্তি বিভাগৰ গাফিলতিৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ গাওঁবাসীৰ। বিদ্যুৎ পৰিবাহী তাঁৰ ওলমি আছিল কমাৰশালটোৰ সন্মুখত। বতাহৰ ফলত শ্বৰ্ট চাৰ্কিট হোৱাৰ অভিযোগ।
    Published by:Sanjay Kumar Das
    First published: