News18 AssamNews18 Assam
|
News18-Assam Updated:November 3, 2020, 10:31 AM IST
অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ ক্ষতিসাধন হয়৷
অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ ক্ষতিসাধন হয়৷
চিৰাঙৰ বিজনীৰ বিষ্ণুপুৰ বজাৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড৷ জুইত জাহ গ’ল বাসগৃহৰ লগতে ২০–২৫ খন দোকান৷ অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী, নিৰাপত্তা বাহিনী আৰু ৰাইজৰ তৎপৰতাত বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ ক্ষতিসাধন হয়৷ অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই৷
Published by:
Sanjay Kumar Das
First published:
November 3, 2020, 10:31 AM IST