চিৰাঙৰ বিষ্ণুপুৰ বজাৰত বিধ্বংসী অগ্নিকাণ্ড, ২০খনৰো অধিক দোকান ভস্মীভূত

News18 Assam | News18-Assam
Updated:November 3, 2020, 10:31 AM IST
চিৰাঙৰ বিষ্ণুপুৰ বজাৰত বিধ্বংসী অগ্নিকাণ্ড, ২০খনৰো অধিক দোকান ভস্মীভূত
অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ ক্ষতিসাধন হয়৷

অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ ক্ষতিসাধন হয়৷

  • Share this:
চিৰাঙৰ বিজনীৰ বিষ্ণুপুৰ বজাৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড৷ জুইত জাহ গ’ল বাসগৃহৰ লগতে ২০–২৫ খন দোকান৷ অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী, নিৰাপত্তা বাহিনী আৰু ৰাইজৰ তৎপৰতাত বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ ক্ষতিসাধন হয়৷ অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই৷
Published by: Sanjay Kumar Das
First published: November 3, 2020, 10:31 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি