உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বঙাইগাঁৱত বিধ্বংসী অগ্নিকাণ্ড, জুইত জাহ গ’ল সাতখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান

    বঙাইগাঁৱত বিধ্বংসী অগ্নিকাণ্ড, জুইত জাহ গ’ল সাতখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান

    উক্ত ঘটনাত ত্ৰিশ লক্ষাধিক টকাৰ সা–সম্পত্তিৰ ক্ষয়–ক্ষতি হোৱা বুলি অনুমান কৰা হৈছে৷ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।

    • Share this:
    বঙাইগাঁৱৰ সিদলসতী বজাৰত ভয়ংকৰ অগ্নিকাণ্ড৷ অগ্নিকাণ্ডত জাহ গ’ল সাতখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান৷ পুৱতিনিশা সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা৷ হঠাতে বজাৰখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত হুৱাদুৱা লাগে ব্যৱসায়ীসকলৰ মাজত৷ পিছত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷ উক্ত ঘটনাত ত্ৰিশ লক্ষাধিক টকাৰ সা–সম্পত্তিৰ ক্ষয়–ক্ষতি হোৱা বুলি অনুমান কৰা হৈছে৷ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।
    Published by:Sanjay Kumar Das
    First published: