বঙাইগাঁৱৰ অভয়াপুৰীত বিধ্বংসী অগ্নিকাণ্ড, ১৭টা ঘৰ ভস্মীভূত 

News18 Assam | News18-Assam
Updated:March 15, 2021, 9:31 AM IST
বঙাইগাঁৱৰ অভয়াপুৰীত বিধ্বংসী অগ্নিকাণ্ড, ১৭টা ঘৰ ভস্মীভূত 
অগ্নিকাণ্ডত এটা চিলিণ্ডাৰো বিস্ফোৰণ হয়৷ স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই৷

অগ্নিকাণ্ডত এটা চিলিণ্ডাৰো বিস্ফোৰণ হয়৷ স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই৷

  • Share this:
বঙাইগাঁৱৰ অভয়াপুৰীত ভয়ংকৰ অগ্নিকাণ্ড৷ অভয়াপুৰীৰ নিকটৱৰ্তী ছোট বৰজানাত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা৷ অগ্নিকাণ্ডত ৭টা পৰিয়ালৰ মুঠ ১৭টা ঘৰ ভস্মীভূত হয়৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে৷ কেবালাখ টকাৰ সা-সম্পত্তি জুইত ভস্মীভূত হয়৷ অগ্নিকাণ্ডত এটা চিলিণ্ডাৰো বিস্ফোৰণ হয়৷ স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই৷
Published by: Sanjay Kumar Das
First published: March 15, 2021, 9:31 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি