বোকাখাতৰ চলগৌৰী বজাৰত ভয়ংকৰ জুই, ছাই হ’ল ৫ লাখৰো অধিক টকাৰ সম্পত্তি

News18 Assam | News18-Assam
Updated:December 31, 2019, 10:36 AM IST
বোকাখাতৰ চলগৌৰী বজাৰত ভয়ংকৰ জুই, ছাই হ’ল ৫ লাখৰো অধিক টকাৰ সম্পত্তি
এই অগ্নিকাণ্ডত ২০ খনৰো অধিক দোকান ভস্মীভূত হয়৷

এই অগ্নিকাণ্ডত ২০ খনৰো অধিক দোকান ভস্মীভূত হয়৷

  • News18 Assam
  • Last Updated: December 31, 2019, 10:36 AM IST
  • Share this:
বোকাখাতৰ সাপজুৰিৰ চলগৌৰী বজাৰত নিশা বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়৷ অগ্নিকাণ্ডৰ ফলত বজাৰখনৰ কেইবাখনো দোকান ভস্মীভূত হয়৷ বজাৰখনৰ এখন হোটেলৰ পৰা সূত্ৰপাত হয় জুইৰ। এই অগ্নিকাণ্ডত ২০ খনৰো অধিক দোকান ভস্মীভূত হয়৷ অগ্নিকাণ্ড কাৰণ জানিব পৰা হোৱা নাই যদিও কোনো দুস্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰাৰ সন্দেহ কৰিছে হোটেলখনৰ গৰাকীয়ে৷ পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷ এই অগ্নিকাণ্ডত পাঁচ লক্ষাধিকৰো অধিক টকাৰ সম্পত্তি নষ্ট হয়
আৰু চাওক
পৰৱৰ্তী বাতৰি