মহানগৰীৰ বেহাৰবাৰীত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে জুইত ছাৰখাৰ এটা গুদাম

News18-Assam
Updated:June 23, 2019, 11:14 AM IST
মহানগৰীৰ বেহাৰবাৰীত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে জুইত ছাৰখাৰ এটা গুদাম
কালী মন্দিৰ পথৰ এটা তুলাৰ গুদামত সংঘটিত হৈছে এই অগ্নিকাণ্ড।

কালী মন্দিৰ পথৰ এটা তুলাৰ গুদামত সংঘটিত হৈছে এই অগ্নিকাণ্ড।

  • Share this:
মহানগৰীৰ বেহাৰবাৰীত বিধ্বংসী অগ্নিকাণ্ড। কালী মন্দিৰ পথৰ এটা তুলাৰ গুদামত সংঘটিত হৈছে এই অগ্নিকাণ্ড। ছমছেৰ আলী নামৰ এজনৰ প্লটত আছিল এই গুদামটো। অগ্নিকাণ্ডত গুদামতো সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। ক’৸লা ধোঁৱাই ছানি ধৰিছে সমগ্ৰ অঞ্চল। আতংকিত হৈ পৰিছে ওচৰৰ বাসিন্দাসকল।
First published: June 23, 2019, 11:14 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি