মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড, দপদপকৈ জ্বলি উঠিল এটা কপাহৰ গুদাম

News18-Assam
Updated:November 21, 2019, 11:43 AM IST
মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড, দপদপকৈ জ্বলি উঠিল এটা কপাহৰ গুদাম
গুদামটোত অবৈধভাৱে মজুত কৰি ৰাখিছিল কপাহ আৰু কম্বল।

গুদামটোত অবৈধভাৱে মজুত কৰি ৰাখিছিল কপাহ আৰু কম্বল।

  • News18 Assam
  • Last Updated: November 21, 2019, 11:43 AM IST
  • Share this:
মহানগৰীৰ সাউকুছিত বিধ্বংসী অগ্নিকাণ্ড। অঞ্জন শৰ্মা নামৰ লোকজনৰ অট্টালিকাত সূত্ৰপাত হয় জুইৰ। শ্বৰ্ট চাৰ্কিটৰ ফলত এটা কপাহৰ গুদামত লাগিল জুই। ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে অগ্নিনিৰ্বাপক বাহিনীয়ে। ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল সমগ্ৰ অঞ্চল। গুদামটোত অবৈধভাৱে মজুত কৰি ৰাখিছিল কপাহ আৰু কম্বল।
আৰু চাওক
পৰৱৰ্তী বাতৰি