মুখ্যপৃষ্ঠা »খবৰ »অসম »Barpeta News: বৰপেটা চহৰৰ মুছলিমপট্টিত ভয়ংকৰ অগ্নিকাণ্ড, লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত

Barpeta News: বৰপেটা চহৰৰ মুছলিমপট্টিত ভয়ংকৰ অগ্নিকাণ্ড, লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত

বৰপেটা চহৰৰ মুছলিমপট্টিত ভয়ংকৰ অগ্নিকাণ্ড, লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত

বৰপেটা চহৰৰ মুছলিমপট্টিত ভয়ংকৰ অগ্নিকাণ্ড, লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত

সন্দেহ কৰা মতে বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ পৰাই জুইৰ সূত্ৰপাত ঘটে ৷ বেগৰ দোকানখনত প্ৰায় ১০ লক্ষাধিক টকাৰ ক্ষতিসাধন হৈছে ৷

  • Share this:
বৰপেটা চহৰৰ মুছলিমপট্টিত অগ্নিকাণ্ড ৷ মুছলিমপট্টিৰ এখন বেগৰ দোকানৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে ৷

বন্ধ দোকানগৃহৰ ভিতৰৰ পৰা ধোৱা ওলাই থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে খবৰ দিয়ে অগ্নিনিৰ্বাপক বাহিনীক ৷ ততালিকে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপিত কৰে জুই ৷

বেগৰ দোকানখনৰ লগতে কাষত থকা আন দুখন কাপোৰৰ দোকানৰো ক্ষতিসাধন হৈছে ৷
সন্দেহ কৰা মতে বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ পৰাই জুইৰ সূত্ৰপাত ঘটে ৷ বেগৰ দোকানখনত প্ৰায় ১০ লক্ষাধিক টকাৰ ক্ষতিসাধন হৈছে ৷ স্থানীয় লোকে জনোৱা মতে, মাজ নিশা অগ্নিকাণ্ডৰ সূত্ৰপাত হ'লে চহৰখন বৃহৎ ক্ষতিৰ সন্মুখীন হ'লহেতেন ৷

শেহতীয়া বাতৰি