গুৱাহাটীত যুৱকক ডেগাৰেৰে আক্ৰমণ কৰিলে মছজিদৰ জোনাবে

অজয় বড়ো নামৰ এজন যুৱকক ডেগাৰেৰে আক্ৰমণ কৰে মছজিদৰ এগৰাকী জোনাবে

News18-Assam
Updated:August 24, 2019, 4:56 PM IST
গুৱাহাটীত যুৱকক ডেগাৰেৰে আক্ৰমণ কৰিলে মছজিদৰ জোনাবে
Photo Source-Google
News18-Assam
Updated: August 24, 2019, 4:56 PM IST
শুকুৰবাৰে নিশা গুৱাহাটী মহানগৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। অজয় বড়ো এজন যুৱকক ডেগাৰেৰে আক্ৰমণ কৰে  মছজিদৰ এগৰাকী জোনাবে। জোনাবৰ আক্ৰমণত গুৰুতৰ ভাবে আহত অজয় বড়োক মহানগৰৰে এখন ব্যক্তিগত চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয়।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে  বাইক পাৰ্কিঙক লৈ দুয়োৰে মাজত হৈছিল বাক-বিতণ্ডা।
সম্প্ৰতি পলাতক অৱস্থাত থকা জোনাব জনৰ নাম ইদুল ইছলাম বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়েও ইতিমধ্যে আৰম্ভ কৰিছে অভিযান। আৰক্ষীয়ে  জব্দ কৰিছে ইদুল ইছলামৰ বাইক।
আৰু চাওক পৰৱৰ্তী বাতৰি