• Home
  • »
  • News
  • »
  • assam
  • »
  • শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ শ্বহীদ দয়া শৰ্মাৰ পৰিয়ালৰ, ক’লে – কঠোৰ ব্যৱস্থা লওক চৰকাৰে

শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ শ্বহীদ দয়া শৰ্মাৰ পৰিয়ালৰ, ক’লে – কঠোৰ ব্যৱস্থা লওক চৰকাৰে

ছিপাঝাৰ গৰুখুটিত শ্বহীদ হোৱা শ্বহীদ দয়া শৰ্মাক বিধায়ক শ্বেৰমান আলীয়ে ঘাতক আখ্যা দিছিল।

ছিপাঝাৰ গৰুখুটিত শ্বহীদ হোৱা শ্বহীদ দয়া শৰ্মাক বিধায়ক শ্বেৰমান আলীয়ে ঘাতক আখ্যা দিছিল।

ছিপাঝাৰ গৰুখুটিত শ্বহীদ হোৱা শ্বহীদ দয়া শৰ্মাক বিধায়ক শ্বেৰমান আলীয়ে ঘাতক আখ্যা দিছিল।

  • Share this:
বিধায়ক শ্বেৰমান আলীক যোৱা নিশা গ্ৰেপ্তাৰ কৰাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্বহীদ দয়া শৰ্মাৰ পৰিয়ালে। শ্বহীদ দয়া শৰ্মাৰ পত্নী সৰস্বতী দেৱী আৰু জীয়ৰী অংকু মণি শৰ্মাৰ দাবী, বিধায়কগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লওক চৰকাৰে। যাতে দ্বিতীয়বাৰৰ কাৰণে কোনেও শ্বহীদক অপমান কৰিব নোৱাৰে।

উল্লেখযোগ্য যে ছিপাঝাৰ গৰুখুটিত শ্বহীদ হোৱা শ্বহীদ দয়া শৰ্মাক বিধায়ক শ্বেৰমান আলীয়ে ঘাতক আখ্যা দিছিল। আৰু ইয়াৰ পিছতেই ৰাজ্য জুৰি গ্ৰেপ্তাৰৰ দাবী উঠিছিল শ্বেৰমান আলীক।

শ্বেৰমান আলীৰ বিৰুদ্ধে মঙলদৈ থানা ত তিনিখন এজাহাৰ দাখিল কৰা হৈছে। আন্তঃ মঙলদৈ ছাত্ৰ সন্থা, সনাতনী হিন্দু আৰ্মী, ভাৰতীয় গোৰক্ষা বাহিনী অসম প্ৰদেশ দলে মঙলদৈ থানাত দাখিল কৰিছে এজাহাৰ।
Published by:Sanjay Kumar Das
First published: