মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বৃদ্ধি পাইছে ক'ৰোনাৰ সংক্ৰমণ , মৰিয়নিৰ এখন গাঁৱক Containment zone ঘোষণা কৰিলে প্ৰশাসনে...

বৃদ্ধি পাইছে ক'ৰোনাৰ সংক্ৰমণ , মৰিয়নিৰ এখন গাঁৱক Containment zone ঘোষণা কৰিলে প্ৰশাসনে...

News18 Assam | News18-Assam
Updated:May 17, 2021, 7:25 PM IST
বৃদ্ধি পাইছে ক'ৰোনাৰ সংক্ৰমণ , মৰিয়নিৰ এখন গাঁৱক Containment zone ঘোষণা কৰিলে প্ৰশাসনে...
সমগ্ৰ অসমৰ লগতে এতিয়া যোৰহাট জিলাৰ জাঁজী নদীৰ কাষৰীয়া চেলেংহাট অঞ্চলৰ দলৌ গাঁও অঞ্চলত বিগত কেইটামান দিনৰ ভিতৰতে ১৪ জন লোক ক'ভিড পজিটিভ ৰূপে চিনাক্ত হৈছে।

সমগ্ৰ অসমৰ লগতে এতিয়া যোৰহাট জিলাৰ জাঁজী নদীৰ কাষৰীয়া চেলেংহাট অঞ্চলৰ দলৌ গাঁও অঞ্চলত বিগত কেইটামান দিনৰ ভিতৰতে ১৪ জন লোক ক'ভিড পজিটিভ ৰূপে চিনাক্ত হৈছে।

  • Share this:
সমগ্ৰ অসমৰ লগতে এতিয়া যোৰহাট জিলাৰ জাঁজী নদীৰ কাষৰীয়া চেলেংহাট অঞ্চলৰ দলৌ গাঁও অঞ্চলত বিগত কেইটামান দিনৰ ভিতৰতে ১৪ জন লোক ক'ভিড পজিটিভ ৰূপে চিনাক্ত হৈছে।ইয়াৰ পাছতে গাওঁবাসী আতংকিত হৈ পৰিছে। গাঁওখনৰ পৰা এই ৰোগ অধিক সংক্ৰমণ নোহোৱাৰ স্বাৰ্থতে আজি যোৰহাট জিলা প্ৰশাসনে অঞ্চলটোত ফলক লগাই কনটেনমেণ্ট জন হিচাপে ঘোষণা কৰে।

আজি গাঁওখনত টিয়ক ৰাজহ চক্ৰ বিষয়া  নিলোৎপলাক্ষী বৰা, স্বাস্থ্য বিভাগ , আৰক্ষী বিভাগৰ লোক আৰু চেলেংহাট অঞ্চলৰ মানব দৰদী তুষাৰ পাল  উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে তুষাৰ পালে দৰিদ্ৰ সমীৰেখাৰ কেইটিমান পৰিয়ালক খাদ্য সামগ্ৰীকে ধৰি প্ৰয়োজনীয় সামগ্ৰী আগবঢ়াই।আনহাতে স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও আজি গাওঁখনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
Published by: Kokil Sarma
First published: May 17, 2021, 7:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি