
Rupjyoti Kurmi : বিধায়কগৰাকীৰ সৈতে অসম আৰক্ষীৰ তিনিজন আৰক্ষী জোৱান দেহৰক্ষীৰূপে নিয়োজিত হৈ আছিল।
Rupjyoti Kurmi : বিধায়কগৰাকীৰ সৈতে অসম আৰক্ষীৰ তিনিজন আৰক্ষী জোৱান দেহৰক্ষীৰূপে নিয়োজিত হৈ আছিল।
মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিদায় দিব দেহৰক্ষী। বিধায়কগৰাকীয়ে দেহৰক্ষী প্ৰত্যাহাৰৰ বিষয়ে পত্ৰযোগে আৰক্ষী সঞ্চালকপ্ৰধান আৰু জিলা আৰক্ষী অধীক্ষকক অৱগত কৰিছে। ১ ফেব্ৰুৱাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনটোতে বিধায়কগৰাকীয়ে দেহৰক্ষীক বিদায় জনাব। বিধায়কসকলক দেহৰক্ষী এৰিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰীয়ে। বিধায়কগৰাকীয়ে অসমলৈ শান্তি ঘূৰি আহিছে বুলি পত্ৰখনত উল্লেখ কৰিছে।বিধায়কগৰাকীৰ সৈতে অসম আৰক্ষীৰ তিনিজন আৰক্ষী জোৱান দেহৰক্ষীৰূপে নিয়োজিত হৈ আছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|