মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰূপজ্যোতি কূৰ্মীক কংগ্ৰেছৰ পৰা বহিষ্কাৰ। সভাপতি ৰিপুণ বৰাই কৰিলে বহিষ্কাৰ।

ৰূপজ্যোতি কূৰ্মীক কংগ্ৰেছৰ পৰা বহিষ্কাৰ। সভাপতি ৰিপুণ বৰাই কৰিলে বহিষ্কাৰ।

ৰূপজ্যোতিৰ পিছে পিছে আন দুজন কংগ্ৰেছী বিধায়কেও দল এৰিব বুলি চৰ্চা আৰম্ভ হৈছে ৷

ৰূপজ্যোতিৰ পিছে পিছে আন দুজন কংগ্ৰেছী বিধায়কেও দল এৰিব বুলি চৰ্চা আৰম্ভ হৈছে ৷

ৰূপজ্যোতিৰ পিছে পিছে আন দুজন কংগ্ৰেছী বিধায়কেও দল এৰিব বুলি চৰ্চা আৰম্ভ হৈছে ৷

  • Share this:
মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কূৰ্মীক কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কৰিলে বহিষ্কাৰ। দলৰ প্ৰাথমিক সদস্য পদৰ পৰা  ৰূপজ্যোতি কূৰ্মীক বহিষ্কাৰ কৰিলে ৰিপুণ বৰাই। দল বিৰোধী কাম-কাজৰ অভিযোগত বহিষ্কাৰ কৰা হৈছে বুলি এক পত্ৰযোগে  প্ৰদেশ কংগ্ৰেছে কৰিলে ঘোষণা।



ইপিনে ৰূপজ্যোতিৰ পিছে পিছে আন দুজন কংগ্ৰেছী বিধায়কেও দল এৰিব বুলি চৰ্চা আৰম্ভ হৈছে ৷ কম দিনৰ ভিতৰতে এই দুজন কংগ্ৰেছী বিধায়কে দল ত্যাগ কৰা সম্ভাৱনা আছে। এই দুজনৰ এজন বৰাকৰ আৰু আনজন নামনিৰ বুলি জানিব পৰা গৈছে।

শেহতীয়া বাতৰি