মুখ্যপৃষ্ঠা »খবৰ »অসম »হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কেতিয়া ? মন্ত্ৰী হোৱাৰ সপোন দেখিছে ৰূপজ্যোতি কুৰ্মীয়ে ...

হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কেতিয়া ? মন্ত্ৰী হোৱাৰ সপোন দেখিছে ৰূপজ্যোতি কুৰ্মীয়ে ...

আকৌ আৰম্ভ হৈছে ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ চৰ্চা ৷ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'লেই মন্ত্ৰীসভাত স্থান পাব বুলি সপোন দেখিছে বহু কেইজন শাসকীয় পক্ষৰ বিধায়কে ৷ মন্ত্ৰী হোৱাৰ সপোনৰ কথা ক'লে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও ৷

  • Share this:

কেতিয়া হ'ব হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ৷ শাসকীয় বিধায়কৰ মাজত মন্ত্ৰিত্বক লৈ সপোন— বহুতেই দেখিছে এতিয়া মন্ত্ৰী হোৱাৰ সপোন । পিছে হিমন্ত বিশ্ব শৰ্মাই কৰিবনে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ? কৰিলেও কেতিয়া কৰিব সম্প্ৰসাৰণ ? এই চৰ্চা শাসকীয় পক্ষৰ বিধায়ক সকলৰ মাজত চলাৰ উমান বুধবাৰে দিলে মৰিয়নী সমষ্টিৰ BJPৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ ৰূপজ্যোতি কুৰ্মীয়ে ক'লে— “পৰবৰ্তী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত মই মন্ত্ৰী হ'ম ৷ মোৰ দৰে বহু সতীৰ্থই মন্ত্ৰী হ'ব বুলি ভাবি আছে ৷”

পিছে ৰূপজ্যোতি কুৰ্মীৰ সপোন পূৰণ হ'বনে ? স্থান পাবনে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত? ইয়াৰ উত্তৰ দিবলৈ গৈ ৰূপজ্যোতিয়ে ক'লে- “কংগ্ৰেছে মোক একো পদবীয়ে নিদিলে ৷ বিচৰা বিৰোধী দলপতি আৰু APCCৰ সভাপতিৰ পদো নিদিলে ৷ BJPলৈ আহিলোঁ ৷ এতিয়া ভালকৈ ৰাইজৰ কাম কৰি আছোঁ ৷ এতিয়া লালসা নাই, আছে বাসনা ৷”

শেহতীয়া বাতৰি