মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মাওবাদী নেতা টিংৰাজ ওৰাঙৰ আত্মসমৰ্পণ, দীৰ্ঘদিন ধৰি জড়িত আছিল মাওবাদী সংগঠনৰ সৈতে

মাওবাদী নেতা টিংৰাজ ওৰাঙৰ আত্মসমৰ্পণ, দীৰ্ঘদিন ধৰি জড়িত আছিল মাওবাদী সংগঠনৰ সৈতে

News18 Assam | News18-Assam
Updated:September 28, 2021, 4:47 PM IST
মাওবাদী নেতা টিংৰাজ ওৰাঙৰ আত্মসমৰ্পণ, দীৰ্ঘদিন ধৰি জড়িত আছিল মাওবাদী সংগঠনৰ সৈতে
টিংৰাজ ওৰাঙে অসমত মাওবাদীৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷

টিংৰাজ ওৰাঙে অসমত মাওবাদীৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷

  • News18 Assam
  • Last Updated: September 28, 2021, 4:47 PM IST
  • Share this:
মাওবাদী নেতা টিংৰাজ ওৰাঙৰ আত্মসমৰ্পণ ৷ অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথৰ ওচৰত আত্মসমৰ্পণ৷ টিংৰাজ মাওবাদীৰ অসম সমিতিৰ আহ্বায়ক আছিল৷ দীৰ্ঘদিন ধৰি মাওবাদী সংগঠনৰে জড়িত হৈ আছিল ওৰাং৷ ডিব্ৰুগড়ৰ নাহৰনি জয়পুৰৰ টিংৰাজ ওৰাঙে অসমত মাওবাদীৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷
Published by: Sanjay Kumar Das
First published: September 28, 2021, 4:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি