
জিলাখনৰ অন্যান্য প্ৰান্ততো বহু ৰাইজৰ বেংক একাউণ্টত সোমাইছে এই ধন। গ্ৰাহকে বেংকৰ ধন সংগ্রহ কৰিয়ে লগাইছে কামত।
জিলাখনৰ অন্যান্য প্ৰান্ততো বহু ৰাইজৰ বেংক একাউণ্টত সোমাইছে এই ধন। গ্ৰাহকে বেংকৰ ধন সংগ্রহ কৰিয়ে লগাইছে কামত।
লখিমপুৰত এতিয়া উঠিছে টকাৰ উজান। কাৰোবাৰ বেংকৰ একাউণ্টত যদি সোমাইছে ৫০ হাজাৰ, কাৰোবাৰ আকৌ সোমাইছে ৫ হাজাৰ। টকাৰ উজানৰ এই ঘটনা লখিমপুৰৰ বগীনদীৰ। সেয়ে এতিয়া একাউণ্ট চেক কৰিবলৈ গ্ৰাহকৰ ভিৰ ঘটিছে বেংক আৰু ATMত।
নিজৰ নিজৰ একাউণ্টত কিমান টকা সোমাইছে তাক পৰীক্ষা কৰিবলৈ হেতা–ওপৰা ৰাইজৰ।
একাউণ্টত সোমোৱা এই ধন প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বুলি জানিব পৰা গৈছে।
ফচল বীমা আৰু কৃষক সন্মান নিধিৰ ধন বেংক একাউণ্টত সোমোৱা বুলি বিয়পি পৰাত বেংকত ৰাইজৰ ভিৰ। জিলাখনৰ অন্যান্য প্ৰান্ততো বহু ৰাইজৰ বেংক একাউণ্টত সোমাইছে এই ধন। গ্ৰাহকে বেংকৰ ধন সংগ্রহ কৰিয়ে লগাইছে কামত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|