জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে অসম আৰক্ষীত হৈছে ৰদ–বদল। এইবাৰ পুনৰ নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলকভাৱে বদলি কৰাৰ পিছত বুধবাৰে বিতৰ্কিত আৰক্ষী বিষয়াগৰাকীক নিলম্বনৰ নিৰ্দেশ জাৰি কৰে আৰক্ষীৰ মুখ্য কাৰ্যালয়ে।
উল্লেখ্য, জোনমণিৰ কাণ্ডৰ সময়ত ঘনাই চৰ্চালৈ আহিছিল মনোজ ৰাজবংশীৰ নাম। নগাঁও সদৰ থানাৰ পৰা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলকভাৱে বদলি কৰাৰ পিছত বুধবাৰে বিতৰ্কিত আৰক্ষী বিষয়াগৰাকীক নিলম্বনৰ নিৰ্দেশ জাৰি কৰে আৰক্ষীৰ মুখ্য কাৰ্যালয়ে।
Published by: Gautam Barman
FIRST PUBLISHED : May 24, 2023, 23:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।