உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 31 NHত বাইক-মাৰুতিৰ মুখামুখি সংঘৰ্ষ, গুৰুতৰভাৱে আহত বাইক আৰোহী...

    31 NHত বাইক-মাৰুতিৰ মুখামুখি সংঘৰ্ষ, গুৰুতৰভাৱে আহত বাইক আৰোহী...

    ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত  মাৰুতি ৱাগনাআৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত বাইক আৰোহীগৰাকী ৷

    • Share this:
    বঙাইগাঁও জিলাৰ মাণিকপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত  মাৰুতি ৱাগনাআৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত বাইক আৰোহীগৰাকী ৷

    দুৰ্ঘটনাৰ পিছতে বাইক আৰোহীগৰাকীক সংকটজনক অৱস্থাত মাণিকপুৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ দুৰ্ঘটনাগ্ৰস্ত বাইক খনৰ নম্বৰ এ এছ ১৫ ডি ৯৭৩১ আৰু ৱাগনআৰ খনৰ নম্বৰ এ এছ ০১ ডি এন ৮০২০৷
    Published by:Kokil Sarma
    First published: