৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মাৰুতি ৱাগনাআৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত বাইক আৰোহীগৰাকী ৷
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মাৰুতি ৱাগনাআৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত বাইক আৰোহীগৰাকী ৷
বঙাইগাঁও জিলাৰ মাণিকপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মাৰুতি ৱাগনাআৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত বাইক আৰোহীগৰাকী ৷
দুৰ্ঘটনাৰ পিছতে বাইক আৰোহীগৰাকীক সংকটজনক অৱস্থাত মাণিকপুৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ দুৰ্ঘটনাগ্ৰস্ত বাইক খনৰ নম্বৰ এ এছ ১৫ ডি ৯৭৩১ আৰু ৱাগনআৰ খনৰ নম্বৰ এ এছ ০১ ডি এন ৮০২০৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|