১৫ জুনৰ পৰা বন্ধ হ’‍ব মানস ৰাষ্ট্ৰীয় উদ্যান

পৰ্যটকৰ বাবে বন্ধ থাকিব ৰাষ্ট্ৰীয় উদ্যানখন। বাৰিষাৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই।

news18assam
Updated:June 9, 2019, 8:28 AM IST
১৫ জুনৰ পৰা বন্ধ হ’‍ব মানস ৰাষ্ট্ৰীয় উদ্যান
পৰ্যটকৰ বাবে বন্ধ থাকিব ৰাষ্ট্ৰীয় উদ্যানখন। বাৰিষাৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই।
news18assam
Updated: June 9, 2019, 8:28 AM IST
১৫ জুনৰ পৰা বন্ধ হ’‍ব মানস ৰাষ্ট্ৰীয় উদ্যান। পৰ্যটকৰ বাবে বন্ধ থাকিব ৰাষ্ট্ৰীয় উদ্যানখন।
বাৰিষাৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই। ২০১৮ চনৰ ১০ অক্টোবৰত মুকলি কৰিছিল প্ৰৱেশদ্বাৰ। ২০১৮-১৯ বৰ্ষত ৬৫৮গৰাকী বিদেশী আহিছিল আৰু ৪২,৩২৯গৰাকী দেশীয় পৰ্যটকে ভ্ৰমণ কৰিছিল। ভূটানৰ বাহনৰ পৰা সংগ্ৰহ ১,০৬,৬৩,৫০০ টকা আৰু যোৱা বৰ্ষত ৰাজহ সংগ্ৰহ হৈছিল ৮১,৩০,৮৩০ টকা।
আৰু চাওক পৰৱৰ্তী বাতৰি