মৰ্গত উঠি বহিল চিকিৎসকে মৃত ঘোষণা কৰা ৰোগী, তিনিচুকীয়াত চাঞ্চল্য

তিনিদিন পূৰ্বে চিকিৎসকে মৃত ঘোষণা কৰাৰ পিছতে মৰ্গত ৰখা হৈছিল লোকজনক।

News18-Assam
Updated:August 2, 2019, 12:40 PM IST
মৰ্গত উঠি বহিল চিকিৎসকে মৃত ঘোষণা কৰা ৰোগী, তিনিচুকীয়াত চাঞ্চল্য
তিনিদিন পূৰ্বে চিকিৎসকে মৃত ঘোষণা কৰাৰ পিছতে মৰ্গত ৰখা হৈছিল লোকজনক।
News18-Assam
Updated: August 2, 2019, 12:40 PM IST
উপাসনা বৰুৱা গোস্বামী : তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। হাস্পতালখনৰ মৰ্গত উঠি বহিল চিকিৎসকে মৃত বুলি ঘোষণা কৰা এজন ৰোগী। ৩ দিন ধৰি মৰ্গত আবদ্ধ হৈ তাকে মহম্মদ হুছেইন নামৰ লোকজন। তিনিদিন পূৰ্বে চিকিৎসকে মৃত ঘোষণা কৰাৰ পিছতে মৰ্গত ৰখা হৈছিল লোকজনক। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে হাস্পতালখনত। লোকজনৰ ঘৰ হিজুগুৰিত।
আৰু চাওক পৰৱৰ্তী বাতৰি