
পাৰিবাৰিক কণ্ডলৰ পৰিণতিতে ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।
পাৰিবাৰিক কণ্ডলৰ পৰিণতিতে ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।
লংকাত চাঞ্চল্যকৰ হত্যাকাণ্ড। স্বামীৰ উপৰ্যুপৰি আক্ৰমণত প্ৰাণ গ'ল পত্নীৰ। লংকাৰ কাকী বেলতলাৰ ১নং মাইনাউ ডুব্লি গাঁৱৰ ৰতেন বসুমতাৰী নামৰ লোকজনে পিৰাৰে উপৰ্যুপৰি আক্ৰমণ কৰাত মুত্যু হয় পত্নী শ্ৰী বসুমতাৰীৰ।
পাৰিবাৰিক কণ্ডলৰ পৰিণতিতে ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। ইতিমধ্যে ঘটনাস্থলীত কাকী আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰি গ্ৰেপ্তাৰ কৰিছে পত্নী হত্যাকাৰী স্বামীক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|