দুৰ্গা পূজাৰ আনন্দ-উল্লাসৰ মাজতে ৰঙাপৰাত অঘটন, হাতীয়ে গচকি মাৰিলে এজনক

News18 Assam | News18-Assam
Updated:October 25, 2020, 12:48 PM IST
দুৰ্গা পূজাৰ আনন্দ-উল্লাসৰ মাজতে ৰঙাপৰাত অঘটন, হাতীয়ে গচকি মাৰিলে এজনক
দুৰ্গা পূজাৰ আনন্দ–উল্লাসৰ মাজত ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱে ৰাইজৰ নিদ্ৰা হৰণ কৰিছে৷

দুৰ্গা পূজাৰ আনন্দ–উল্লাসৰ মাজত ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱে ৰাইজৰ নিদ্ৰা হৰণ কৰিছে৷

  • Share this:
শোণিতপুৰৰ ৰঙাপৰাত অব্যাহত আছে হাতী–মানুহৰ সংঘাত৷ দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে ৰঙাপৰাত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃৃত্যু হয় ৷ ৰঙাপৰাৰ ধুুুুুুলাপাদুং চাহ বাগিচাৰ ২নং শ্ৰমিক লাইনৰ বিকি মুণ্ডা সন্ধিয়া নিজৰ ভগ্নীৰ ঘৰৰ পৰা নিজ বাসগৃৃহ অভিমুখে উভতি যোৱাৰ সময়তে বনৰীয়া  হাতীৰ মুখামুখি হয়৷ বনৰীয়া হাতীৰ আক্ৰমণত বিকি মূুুুুণ্ডাৰ থিতাতে মৃৃত্যু হয়৷ দুৰ্গা পূজাৰ আনন্দ–উল্লাসৰ মাজত ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱে ৰাইজৰ নিদ্ৰা হৰণ কৰিছে৷
Published by: Sanjay Kumar Das
First published: October 25, 2020, 12:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading