• Home
  • »
  • News
  • »
  • assam
  • »
  • ছিপাঝাৰত লোমহৰ্ষক হত্যাকাণ্ড, নিচাসক্ত যুৱকে চিপৰাঙেৰে মৰিয়াই হত্যা কৰিলে এজনক

ছিপাঝাৰত লোমহৰ্ষক হত্যাকাণ্ড, নিচাসক্ত যুৱকে চিপৰাঙেৰে মৰিয়াই হত্যা কৰিলে এজনক

জিতুমণি নাথ নামৰ ২৬ বছৰীয়া যুৱকজনে হত্যা কৰে ৪২ বছৰীয়া পৰেশ চহৰীয়া নামৰ লোকজনক। জিতুমনি নাথে নিচাসক্ত অৱস্থাত থাকি পৰেশ চহৰীয়াক চিপৰাঙৰ নালেৰে কোবাই হত্যা কৰে৷

  • Share this:
ছিপাঝাৰত লোমহৰ্ষক হত্যাকাণ্ড৷ নিচাসক্ত যুৱকে কোবাই কোবাই হত্যা কৰিলে এজন চুবুৰীয়াক। নিশা সংঘটিত হয় এই হত্যাকাণ্ড। ছিপাঝাৰ সমষ্টিৰ কটাহীত সংঘটিত হয় এই হত্যাকাণ্ড।

জিতুমণি নাথ নামৰ ২৬ বছৰীয়া যুৱকজনে হত্যা কৰে ৪২ বছৰীয়া পৰেশ চহৰীয়া নামৰ লোকজনক। জিতুমনি নাথে নিচাসক্ত অৱস্থাত থাকি পৰেশ চহৰীয়াক চিপৰাঙৰ নালেৰে কোবাই হত্যা কৰে৷

ইতিমধ্যে পাথৰিঘাট আৰক্ষীয়ে হত্যাকাৰী জিতুমণি নাথক আটক কৰিছে। হাপামাৰাৰ শহুৰেকৰ ঘৰৰ পৰা আটক কৰে আৰক্ষীয়ে। পাথৰিঘাট আৰক্ষী চকীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি