• Home
  • »
  • News
  • »
  • assam
  • »
  • টীয়কত নিশা নৃশংস হত্যাকাণ্ড, দাৰে ঘপিয়াই এজন লোকক হত্যা কৰিলে দুৰ্বৃত্তই

টীয়কত নিশা নৃশংস হত্যাকাণ্ড, দাৰে ঘপিয়াই এজন লোকক হত্যা কৰিলে দুৰ্বৃত্তই

নিশাই মৃতদেহ মৰণোত্তৰ পৰীক্ষা বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

নিশাই মৃতদেহ মৰণোত্তৰ পৰীক্ষা বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

নিশাই মৃতদেহ মৰণোত্তৰ পৰীক্ষা বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

  • Share this:
টীয়কত নিশা নৃশংস হত্যাকাণ্ড। টীয়কৰ চেনিজানৰ দোলাকাষৰীয়া গাঁৱত সংঘটিত হৈছে এই হত্যাকাণ্ড। ভদ্ৰ বৰা নামৰ ব্যক্তিজনক দাৰে নৃশংসভাৱে ঘপিয়াই হত্যা। খৰি বিক্ৰী কৰি আহোতে পথতে অচিনাক্ত দুৰ্বৃত্তই ঘপিয়াই হত্যা কৰে ব্যক্তিজনক। হত্যাকাৰীৰ কোনো শুংসূত্ৰ পোৱা নাই লাহদৈগড় আৰক্ষীয়ে। নিশাই মৃতদেহ মৰণোত্তৰ পৰীক্ষা বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি