News18 AssamNews18 Assam
|
News18-Assam Updated:September 27, 2020, 6:41 PM IST
নৈৰ পাৰলৈ যোৱা একাংশ লোকে এই ঘটনা প্ৰত্যক্ষ কৰাৰ লগে লগে আৰক্ষীক খবৰ দিয়ে।
নৈৰ পাৰলৈ যোৱা একাংশ লোকে এই ঘটনা প্ৰত্যক্ষ কৰাৰ লগে লগে আৰক্ষীক খবৰ দিয়ে।
গোলকগঞ্জত অঘটন৷ গংগাধৰ নৈত জাপ দিলে এজন অচিনাক্ত লোকে৷ ঘটনাস্থলীত উপস্থিত এছ ডি আৰ এফ বাহিনী। বিয়লি নৈৰ পাৰলৈ যোৱা একাংশ লোকে এই ঘটনা প্ৰত্যক্ষ কৰাৰ লগে লগে আৰক্ষীক খবৰ দিয়াত গোলকগঞ্জ আৰক্ষীয়ে এছ ডি আৰ এফৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷ এতিয়ালৈ উদ্ধাৰ হোৱা নাই নৈত জাপ দিয়া লোকজন৷ ইপিনে অচিনাক্ত লোকজনৰ পৰিচয়ৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Published by:
Sanjay Kumar Das
First published:
September 27, 2020, 6:41 PM IST