মুখ্যপৃষ্ঠা »খবৰ »অসম »Golaghat News : বাগিচাত কাম কৰি থকাৰ সময়তে সন্মুখত ওলাল ‘মৃত্যুদূত’! তাৰ পিছত...

Golaghat News : বাগিচাত কাম কৰি থকাৰ সময়তে সন্মুখত ওলাল ‘মৃত্যুদূত’! তাৰ পিছত...

আঘাতপ্ৰাপ্ত লোকজনক লগে লগেই গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

আঘাতপ্ৰাপ্ত লোকজনক লগে লগেই গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

আঘাতপ্ৰাপ্ত লোকজনক লগে লগেই গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

  • Share this:
গোলাঘাটৰ উদয়ন বাগিচাত নাহৰফুটুকীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত এজন লোক। আঘাতপ্ৰাপ্ত লোকজন উদয়ন বাগানৰ ৰূপেশ্বৰ তাঁতী৷ পুৱা বাগানত কাম কৰি থাকোতে হঠাৎ বাঘে আক্ৰমণ কৰে লোকজনক৷

আঘাতপ্ৰাপ্ত লোকজনক লগে লগেই গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ বৰ্তমান বাগিচাখনতেই নাহৰফুটুকীটো অৱস্থান কৰি থকাৰ বাবে স্থানীয় লোকসকল শংকিত হৈ পৰিছে। উল্লেখযোগ্য যে গোলাঘাট জিলাৰ কেইবাটাও স্থানত ইতিমধ্যে বাঘৰ উপদ্ৰৱৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে স্থানীয় লোকসকল৷

শেহতীয়া বাতৰি