ধুবুৰীৰ কোৱাৰেণ্টাইন চেণ্টাৰত এজন লোকৰ মৃত্যু

News18 Assam | News18-Assam
Updated:June 22, 2020, 11:23 AM IST
ধুবুৰীৰ কোৱাৰেণ্টাইন চেণ্টাৰত এজন লোকৰ মৃত্যু
লোকজন শিলিগুৰিৰ পৰা আহি ১৯ জুনৰ পৰা কোৱাৰেণ্টাইন হৈ আছিল আজিজ ল'জত।

লোকজন শিলিগুৰিৰ পৰা আহি ১৯ জুনৰ পৰা কোৱাৰেণ্টাইন হৈ আছিল আজিজ ল'জত।

  • Share this:
ধুবুৰীত কোৱাৰেণ্টাইনত থকা লোকৰ আত্মহননৰ ঘটনাই পুৱাই চাঞ্চলৰ সৃষ্টি কৰিছে। চহৰখনৰ বিদ্যাপাৰাত থকা আজিজ ল'জত এই অঘটন। মৃত কৰা লোকজনৰ নাম সুনীল ৰায়। পশ্চিম বংগৰ শিলিগুৰিৰ পৰা আহি ১৯ জুনৰ পৰা কোৱাৰেণ্টাইন হৈ আছিল আজিজ ল'জত। মৃত লোকজনৰ ঘৰ ধুবুৰীৰ ১৫নং ৱাৰ্ডৰ মিছন ৰোডত। তেওঁ শিলিগুৰিত চিকিউৰিটী গাৰ্ডৰ কাম কৰিছিল। ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত।
First published: June 22, 2020, 11:23 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি