শোণিতপুৰৰ ডুমডুমাত কোভিড ভেকচিন লৈ এজনৰ মৃত্যুৰ অভিযোগ

News18 Assam | News18-Assam
Updated:April 8, 2021, 4:14 PM IST
শোণিতপুৰৰ ডুমডুমাত কোভিড ভেকচিন লৈ এজনৰ মৃত্যুৰ অভিযোগ
নিশা অসুস্থ লোকজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল।

নিশা অসুস্থ লোকজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল।

  • Share this:
শোণিতপুৰ (Sonitpur) জিলাৰ ডুমডুমাত কোভিড ভেকচিন (Covid Vaccine) লৈ এজন লোকৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছে। ভেকচিন লোৱাৰ পিছতে গুৰুত্বৰভাৱে অসুস্থ হৈ লোকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে। নিশা অসুস্থ লোকজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল।

মৃত অনন্ত হালৈ নামৰ লোকজনে স্বাস্থ্য কেন্দ্ৰত কোভিড ভেকচিন লোৱাৰ পিছত নিশা অসুস্থ হৈ পৰিছিল। লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যুক আঁকোৱালি লয় লোকজনে।
Published by: Sanjay Kumar Das
First published: April 8, 2021, 4:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি