গুৱাহাটীত চাঞ্চল্যকৰ আত্মহত্যা, চিপ লোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ

কছাৰী বস্তি কালি মন্দিৰ পথত সংঘটিত হৈছে এই ঘটনা।দুৰাৰোগ্য ৰোগত আক্ৰান্ত আছিল লোকজন। আত্মহত্যা কৰা লোকজনৰ নাম বিজয় দে’।

News18-Assam
Updated:July 11, 2019, 7:59 AM IST
গুৱাহাটীত চাঞ্চল্যকৰ আত্মহত্যা, চিপ লোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ
ফাইল ফটো
News18-Assam
Updated: July 11, 2019, 7:59 AM IST
গুৱাহাটীৰ গণেশগুৰিত চিপ লোৱা অৱস্থাত এজন লোকৰ মৃতদেহ উদ্ধাৰ। ঘৰত কোনো নথকাত চিপ লৈ আত্মহত্যা লোকজনৰ। কছাৰী বস্তি কালি মন্দিৰ পথত সংঘটিত হৈছে এই ঘটনা।দুৰাৰোগ্য ৰোগত আক্ৰান্ত আছিল লোকজন। আত্মহত্যা কৰা লোকজনৰ নাম বিজয় দে’।
আৰু চাওক পৰৱৰ্তী বাতৰি