NRCৰ খচৰাত নাম নাই পত্নীৰ, ঘৰৰ বাৰান্দাতে চিপ লৈ আত্মহত্যা স্বামীৰ

পত্নী নমিতা দত্তৰ নাম অহা নাছিল NRCৰ খচৰাত।

News18-Assam
Updated:August 29, 2019, 12:10 PM IST
NRCৰ খচৰাত নাম নাই পত্নীৰ, ঘৰৰ বাৰান্দাতে চিপ লৈ আত্মহত্যা স্বামীৰ
পত্নী নমিতা দত্তৰ নাম অহা নাছিল NRCৰ খচৰাত।
News18-Assam
Updated: August 29, 2019, 12:10 PM IST
কৰিমগঞ্জৰ সোণাইৰপাৰ গাঁৱত চাঞ্চল্যকৰ ঘটনা। নিজ ঘৰৰ বাৰান্দাত চিপ লৈ আত্মহত্যা কৰে এজন লোকে। আত্মহত্যা কৰা লোকজনৰ নাম প্ৰীতিভূষণ দত্ত। পত্নী নমিতা দত্তৰ নাম অহা নাছিল NRCৰ খচৰাত। যাৰ ফলত মানসিকভাৱে ভাগি পৰিছিল লোকজন। আৰু সেইবাবেই লোকজনে আত্মহত্যাৰ পথ বাচি লোৱাৰ সন্দেহ কৰিছে ৰাইজে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি