
পত্নী নমিতা দত্তৰ নাম অহা নাছিল NRCৰ খচৰাত।
পত্নী নমিতা দত্তৰ নাম অহা নাছিল NRCৰ খচৰাত।
কৰিমগঞ্জৰ সোণাইৰপাৰ গাঁৱত চাঞ্চল্যকৰ ঘটনা। নিজ ঘৰৰ বাৰান্দাত চিপ লৈ আত্মহত্যা কৰে এজন লোকে। আত্মহত্যা কৰা লোকজনৰ নাম প্ৰীতিভূষণ দত্ত। পত্নী নমিতা দত্তৰ নাম অহা নাছিল NRCৰ খচৰাত। যাৰ ফলত মানসিকভাৱে ভাগি পৰিছিল লোকজন। আৰু সেইবাবেই লোকজনে আত্মহত্যাৰ পথ বাচি লোৱাৰ সন্দেহ কৰিছে ৰাইজে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ
YouTube,
Facebook আৰু
Twitter ত আমাক ফল’ কৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|