মহানগৰীৰ ভেটাপাৰাত নিৰ্মল দাস নামৰ এজন লোকৰ ছুৰিৰে উপৰ্য্যুপৰি আক্ৰমণ। ছুৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত নিৰ্মল দাস নামৰ এজন লোক। হাৰম্ভ ভূঞা নামৰ এজনে আক্ৰমণ কৰে দাসক। ভূঞাৰ পত্নীৰ সৈতে নিৰ্মল দাসৰ অবৈধ সম্পৰ্ক থকাৰ অভিযোগ ভূঞাৰ।
Published by: Dulu Medhi
FIRST PUBLISHED : July 06, 2019, 13:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।