মহানগৰীত এজন লোকক ছুৰিৰে আক্ৰমণ

ছুৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত নিৰ্মল দাস নামৰ এজন লোক। হাৰম্ভ ভূঞা নামৰ এজনে আক্ৰমণ কৰে দাসক। 

news18assam
Updated:July 6, 2019, 1:05 PM IST
মহানগৰীত এজন লোকক ছুৰিৰে আক্ৰমণ
ছুৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত নিৰ্মল দাস নামৰ এজন লোক। হাৰম্ভ ভূঞা নামৰ এজনে আক্ৰমণ কৰে দাসক। 
news18assam
Updated: July 6, 2019, 1:05 PM IST
মহানগৰীৰ ভেটাপাৰাত নিৰ্মল দাস নামৰ এজন লোকৰ ছুৰিৰে উপৰ্য্যুপৰি আক্ৰমণ। ছুৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত নিৰ্মল দাস নামৰ এজন লোক। হাৰম্ভ ভূঞা নামৰ এজনে আক্ৰমণ কৰে দাসক। ভূঞাৰ পত্নীৰ সৈতে নিৰ্মল দাসৰ অবৈধ সম্পৰ্ক থকাৰ অভিযোগ ভূঞাৰ।
বৰ্তমান আহত নিৰ্মল দাসক GMCHত ভৰ্তি কৰোৱা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি