• Home
  • »
  • News
  • »
  • assam
  • »
  • বৰঝাৰ বিমানবন্দৰত প্ৰায় ১৭ লাখ টকা মূল্যৰ সোণসহ এজনক আটক

বৰঝাৰ বিমানবন্দৰত প্ৰায় ১৭ লাখ টকা মূল্যৰ সোণসহ এজনক আটক

সোণখিনি CISF বাহিনীয়ে শুল্ক বিভাগক চমজাই দিয়ে।

সোণখিনি CISF বাহিনীয়ে শুল্ক বিভাগক চমজাই দিয়ে।

সোণখিনি CISF বাহিনীয়ে শুল্ক বিভাগক চমজাই দিয়ে।

  • Share this:
পুনৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰায় ১৭ লাখ টকা মূল্যৰ সোণসহ এজন বিমান যাত্ৰীক আটক। গুৱাহাটীস্থিত বৰঝাৰ বিমানবন্দৰ পৰা SG961নম্বৰ বিমানেৰে বেংগালুৰুলৈ যাবলৈ ল‌ওঁতে CISFৰ নিয়মীয়া তালাচীত প্ৰায় ৩৫০ গ্ৰাম সোণসহ ধৰা পৰে লোকজন। লোকজনৰ নাম টাইজুদ্দিন বুলি জানিব পৰা গৈছে। সোণখিনি CISF বাহিনীয়ে শুল্ক বিভাগক চমজাই দিয়ে।
Published by:Sanjay Kumar Das
First published: