ঘৰতে টকা বনোৱা মেচিন বহুৱাই কোটিপতি হোৱাৰ সপোন! জালত পৰিল ফাৰুক

ধৃত ফাৰুকৰ ঘৰ ওদালগুৰিৰ গৰিয়াঝাৰ গাঁৱত।

News18-Assam
Updated:November 6, 2019, 8:20 AM IST
ঘৰতে টকা বনোৱা মেচিন বহুৱাই কোটিপতি হোৱাৰ সপোন! জালত পৰিল ফাৰুক
ধৃত ফাৰুকৰ ঘৰ ওদালগুৰিৰ গৰিয়াঝাৰ গাঁৱত।
News18-Assam
Updated: November 6, 2019, 8:20 AM IST
মঙলদৈত জালনোটসহ এজন লোকক গ্ৰেপ্তাৰ। ৬ লাখ ৫০ হাজাৰ টকাৰ জালনোটসহ গ্ৰেপ্তাৰ হ’ল ফাৰুক আহমেদ নামৰ লোকজন। জাল নোটখিনি সৰবৰাহৰ সময়তে গ্ৰেপ্তাৰ হয় লোকজন। আৰক্ষীয়ে ফাৰুকৰ ঘৰৰ পৰা উদ্ধাৰ কৰে জালনোট বনোৱা এটা মেচিন। ধৃত ফাৰুকৰ ঘৰ ওদালগুৰিৰ গৰিয়াঝাৰ গাঁৱত।
আৰু চাওক পৰৱৰ্তী বাতৰি