মুখ্যপৃষ্ঠা »খবৰ »অসম »Bhupen Bora : কাইলৈ সভাপতি ৰূপে দায়িত্ব চম্ভালিব মল্লিকাৰ্জুন খাৰ্গেই, অসম প্ৰদেশ কংগ্ৰেছৰ অভিনন্দন

Bhupen Bora : কাইলৈ সভাপতি ৰূপে দায়িত্ব চম্ভালিব মল্লিকাৰ্জুন খাৰ্গেই, অসম প্ৰদেশ কংগ্ৰেছৰ অভিনন্দন

দলটোৱে শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে আলোচনাতো মিলিত হয় বুলি অসম প্ৰদেশ কংগ্ৰেছৰ সূত্ৰত প্ৰকাশ।

  • Share this:
নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নৱনিৰ্বাচিত সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কাইলৈ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব কাৰ্যভাৰ। আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত ৰাজ্যৰ কংগ্ৰেছৰ এটা শীৰ্ষ নেতাৰ দলে ১০ ৰাজাজী মাৰ্গৰ খাৰ্গেৰ বাসগৃহত উপস্থিত হৈ নেতাগৰাকীক অভিনন্দন জ্ঞাপন কৰে।

দলটোৱে শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে আলোচনাতো মিলিত হয় বুলি অসম প্ৰদেশ কংগ্ৰেছৰ সূত্ৰত প্ৰকাশ। আজি অভিনন্দন জ্ঞাপনৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপৰি কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া, কাৰ্যকৰী সভাপতিদ্বয় ৰাণা গোস্বামী আৰু জাকিৰ হুছেইন শিকদাৰো উপস্থিত আছিল।

শেহতীয়া বাতৰি