মহানগৰীত নাহৰফুটুকীৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটিলে এটি ৬ বছৰীয়া কণমানিয়ে

শুকুৰবাৰে সংঘটিত হোৱা এই ঘটনাৰ ফলত এতিয়া সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।
শুকুৰবাৰে সংঘটিত হোৱা এই ঘটনাৰ ফলত এতিয়া সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।
- News18 Assam
- Last Updated: August 22, 2020, 8:55 AM IST

নাহৰফুটুকীৰ আক্ৰমণৰ পিছতে শিশুটিক মহানগৰীৰে সঞ্জীৱনী হাস্পতাললৈ নিয়ে যদিও চিকিত্সকে মৃত ঘোষণা কৰে। শুকুৰবাৰে সংঘটিত হোৱা এই ঘটনাৰ ফলত এতিয়া সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।