உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মহানগৰীত নাহৰফুটুকীৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটিলে এটি ৬ বছৰীয়া কণমানিয়ে

    মহানগৰীত নাহৰফুটুকীৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটিলে এটি ৬ বছৰীয়া কণমানিয়ে

     শুকুৰবাৰে সংঘটিত হোৱা এই ঘটনাৰ ফলত এতিয়া সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।

    শুকুৰবাৰে সংঘটিত হোৱা এই ঘটনাৰ ফলত এতিয়া সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।

    শুকুৰবাৰে সংঘটিত হোৱা এই ঘটনাৰ ফলত এতিয়া সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।

    • Share this:
    ভয়ংকৰ ঘটনা! ঘৰৰ বাহিৰত খেলি থাকোটেই এটি ৬ বছৰীয়া শিশুক আক্ৰমণ কৰে এটা প্ৰকাণ্ড নাহৰফুটুকীয়ে।  মহানগৰীৰ মালিগাঁৱত সংঘটিত হৈছে এই ঘটনা। শিশুটিক ডিঙিত কামুৰে নাহৰফুটুকীটোৱে। শিশুটিৰ নাম শিৱম কুমাৰ বুলি জানিব পৰা গৈছে।





    নাহৰফুটুকীৰ আক্ৰমণৰ পিছতে শিশুটিক মহানগৰীৰে সঞ্জীৱনী হাস্পতাললৈ নিয়ে যদিও চিকিত্‍সকে মৃত ঘোষণা কৰে। শুকুৰবাৰে সংঘটিত হোৱা এই ঘটনাৰ ফলত এতিয়া সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।
    Published by:Himangshu Bhuyan
    First published: