உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Majuli-Nimati Ferry Service : তিনিদিনৰ পিছত আজিৰে পৰা পুনৰ মাজুলী-নিমাতী ফেৰীসেৱা আৰম্ভ

    Majuli-Nimati Ferry Service : তিনিদিনৰ পিছত আজিৰে পৰা পুনৰ মাজুলী-নিমাতী ফেৰীসেৱা আৰম্ভ

    বিগত তিনিদিনে ফেৰী বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত ফেৰী ঘাটসমূহত যাত্ৰীৰ ভিৰ পৰিলক্ষিত হৈছে ।

    বিগত তিনিদিনে ফেৰী বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত ফেৰী ঘাটসমূহত যাত্ৰীৰ ভিৰ পৰিলক্ষিত হৈছে ।

    বিগত তিনিদিনে ফেৰী বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত ফেৰী ঘাটসমূহত যাত্ৰীৰ ভিৰ পৰিলক্ষিত হৈছে ।

    • Share this:
    আজিৰে পৰা পুনৰ মাজুলী-নিমাতী ফেৰী সেৱা আৰম্ভ। পুৱাৰে পৰা কমলাবাৰী ঘাট আৰু অফলামুখ ঘাটৰ পৰা নিমাতী ঘাটলৈ ফেৰী চলাচল আৰম্ভ হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে বন্ধ আছিল ফেৰী সেৱা। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ১৫ মে’ৰ ফেৰী সমূহৰ চলাচল বন্ধ কৰি ৰাখিছিল। বিগত তিনিদিনে ফেৰী বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত ফেৰী ঘাটসমূহত যাত্ৰীৰ ভিৰ পৰিলক্ষিত হৈছে ।
    Published by:Sanjay Kumar Das
    First published: