মাজুলীত দুৰ্বৃত্তই আক্ৰমণ কৰিলে সাংবাদিকক

শুকুৰবাৰে নিশা দুৰ্বৃত্তই আক্ৰমণ কৰিলে এগৰাকী সাংবাদিক প্ৰাঞ্জল খাউণ্ডক

News18-Assam
Updated:August 24, 2019, 10:04 AM IST
মাজুলীত দুৰ্বৃত্তই আক্ৰমণ কৰিলে সাংবাদিকক
শুকুৰবাৰে নিশা দুৰ্বৃত্তই আক্ৰমণ কৰিলে এগৰাকী সাংবাদিক প্ৰাঞ্জল খাউণ্ডক
News18-Assam
Updated: August 24, 2019, 10:04 AM IST
শুকুৰবাৰে নিশা দুৰ্বৃত্তই আক্ৰমণ কৰিলে এগৰাকী সাংবাদিকক। নিশা ঘৰলৈ উভতাৰ পথত আক্ৰমণ কৰে সাংবাদিক প্ৰাঞ্জল খাউণ্ডক। মাজুলীৰ ফুলনীত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় প্ৰাঞ্জল খাউণ্ড। পেট, বুকুত গুৰুতৰভাৱে আঘাত পাইছে সাংবাদিকগৰাকীয়ে।

ফুলনী আৰক্ষী চকীৰ পৰা ২০০মিটাৰ নিলগত সংঘটিত হৈছে এই ঘটনা। নিয়মীয়া বাৰ্তা কাকতৰ সাংবাদিক প্ৰাঞ্জল খাউণ্ড বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে।
সাংবাদিক আক্ৰমণৰ ঘটনাক গৰিহণা দল-সংগঠনৰ। শীঘ্ৰে দোষীক গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ
আৰু চাওক পৰৱৰ্তী বাতৰি