• Home
  • »
  • News
  • »
  • assam
  • »
  • যোৰহাটৰ তিনি অভিযান্ত্ৰিক শিক্ষাৰ্থীক আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

যোৰহাটৰ তিনি অভিযান্ত্ৰিক শিক্ষাৰ্থীক আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

মঙলবাৰে সন্ধিয়া ৰাজপথৰ কাষত যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ তিনি শিক্ষাৰ্থীক ছুৰীৰে আক্ৰমণ কৰিছিল সিদ্ধাৰ্থই।

  • Share this:
যোৰহাটৰ তিনি অভিযান্ত্ৰিক শিক্ষাৰ্থী আক্ৰমণ ঘটনাৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ। আৰক্ষীৰ জালত পৰিল ছাত্র আক্ৰমণকাৰী সিদ্ধাৰ্থ বৰা। সিদ্ধাৰ্থৰ ঘৰ যোৰহাটৰ গোহাঁইটেকেলাত।

মঙলবাৰে সন্ধিয়া ৰাজপথৰ কাষত যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ তিনি শিক্ষাৰ্থীক ছুৰীৰে আক্ৰমণ কৰিছিল সিদ্ধাৰ্থই। যাৰ ফলত গুৰুতৰভাৱে আহত হৈছিল ছাত্ৰকেইজন। এই ঘটনাই যোৰহাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি