• Home
  • »
  • News
  • »
  • assam
  • »
  • জাতিৰ পিতাক অপমান! ৰাজভৱনৰ বাথৰুমত ৰাখিলে গান্ধীজীৰ ফটো

জাতিৰ পিতাক অপমান! ৰাজভৱনৰ বাথৰুমত ৰাখিলে গান্ধীজীৰ ফটো

মহামানৱ মহাত্মা গান্ধীক চৰম অপমান ৰাজভৱনত ৷ গান্ধীক বাথৰুমত স্থান !

মহামানৱ মহাত্মা গান্ধীক চৰম অপমান ৰাজভৱনত ৷ গান্ধীক বাথৰুমত স্থান !

মহামানৱ মহাত্মা গান্ধীক চৰম অপমান ৰাজভৱনত ৷ গান্ধীক বাথৰুমত স্থান !

  • Share this:
মহামানৱ মহাত্মা গান্ধীক চৰম অপমান ৰাজভৱনত ৷ ৰাজভৱনৰ দৰবাৰ হলৰ বাথৰুমত পৰি ৰৈছে মহাত্মা গান্ধীৰ ফটো ৷ গান্ধীৰ প্ৰতিচ্ছবি এনেদৰে বাথৰুমত পৰি ৰোৱাৰ খবৰ পোহৰলৈ অহাৰ পিছতে সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জাতি পিতা ৰূপে খ্যাত মহাত্মা গান্ধীৰ জন্মজয়ন্তীৰ ফলক লগাইছিল ৰাজভৱন কৰ্তৃপক্ষই ৷ ১৫০ সংখ্যক জন্মজয়ন্তী উদযাপন কৰিছিল উদযাপন ৷ আৰু উদযাপন কৰা সেই ফলক এতিয়া পৰি ৰৈছে ৰাজভৱনৰ দৰবাৰ হলৰ বাথৰুমত ৷

ৰাজভৱনৰ বাথৰুমত গান্ধী জীৰ ফটো পৰি থকা বিষয়টোক এতিয়া বহুতে সহজ ভাবে ল'ব পৰা নাই। উপযুক্ত সন্মান দিব নোৱাৰি অসন্মান কৰাৰ অধিকাৰ ক'ত পালে বুলিও বহুতে উত্থাপন কৰিছে প্ৰশ্নৰ।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Himangshu Bhuyan
First published: