আজি মহাসপ্তমী, মেঘাচ্ছন্ন আকাশ, বৰষুণৰ মাজতে আৰম্ভ দেৱীৰ আৰাধনা

News18 Assam | News18-Assam
Updated:October 23, 2020, 9:40 AM IST
আজি মহাসপ্তমী, মেঘাচ্ছন্ন আকাশ, বৰষুণৰ মাজতে আৰম্ভ দেৱীৰ আৰাধনা
এইবাৰ পূজা বহু পৃথক। কোৰোণা পৰিস্থিতিৰ বাবে পূজা মণ্ডপসমূহত নাই ভক্তৰ ভিৰ।

এইবাৰ পূজা বহু পৃথক। কোৰোণা পৰিস্থিতিৰ বাবে পূজা মণ্ডপসমূহত নাই ভক্তৰ ভিৰ।

  • Share this:
আজি মহাসপ্তমী। কোৰোণা পৰিস্থিতিৰ বাবে ম্লাণ পৰা পূজাৰ পৰিৱেশ অধিক সেমেকা কৰিলে বৰষুণে! বৃহস্পতিবাৰৰ পৰা অসমৰ প্ৰান্তে প্ৰান্তে বৰষুণ। ক’ৰবাত পাতলীয়া, ক’ৰবাত ধাৰাসাৰ। আজি পুৱাও অসমৰ বিভিন্ন স্থানত অব্যাহত আছে বৰষুণ। ইয়াৰ মাজতে আৰম্ভ হৈছে মহাসপ্তমীৰ পূজা।

এইবাৰ পূজা বহু পৃথক। কোৰোণা পৰিস্থিতিৰ বাবে পূজা মণ্ডপসমূহত নাই ভক্তৰ ভিৰ। তথাপি চৰকাৰী নিয়ম মানি ষষ্ঠীৰ দিনা একাংশ লোক ঠায়ে ঠায়ে ওলাই অহা পৰিলক্ষিত হয়। কিন্তু আনবাৰৰ দৰে নাই পেণ্ডেলৰ সন্মুখত ছেলফি লোৱাৰ ভিৰ। অৱশ্যে এইবাৰ নাই জাক–জমকতাও। বহু স্থানত এইবাৰ আনকি মূৰ্তিও নাই, নিয়ম পালন কৰি পাতিছে ঘট পূজা। গুৱাহাটী মহানগৰীতো একেই পৰিৱেশ।
Published by: Sanjay Kumar Das
First published: October 23, 2020, 9:40 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading