কোকৰাঝাৰত দণ্ডাধীশক প্ৰহাৰ, চোঁচৰাই আনি প্ৰহাৰ কৰিলে আৰক্ষী অধীক্ষকে, চাওক ভিডিঅ’

ৰাজেন সিঙে ফালি পেলালে দণ্ডাধীশে পিন্ধি থকা ছাৰ্ট। মাৰপিটৰ পূৰ্বে দুয়োজনৰ মাজত সূত্ৰপাত হৈছিল কাজিয়াৰ।

News18-Assam
Updated:September 20, 2019, 1:47 PM IST
কোকৰাঝাৰত দণ্ডাধীশক প্ৰহাৰ, চোঁচৰাই আনি প্ৰহাৰ কৰিলে আৰক্ষী অধীক্ষকে, চাওক ভিডিঅ’
ৰাজেন সিঙে ফালি পেলালে দণ্ডাধীশে পিন্ধি থকা ছাৰ্ট। মাৰপিটৰ পূৰ্বে দুয়োজনৰ মাজত সূত্ৰপাত হৈছিল কাজিয়াৰ।
News18-Assam
Updated: September 20, 2019, 1:47 PM IST
কোকৰাঝাৰত আৰক্ষী অধীক্ষকে প্ৰহাৰ কৰিলে দণ্ডাধীশক। ACS বিষয়া শৈলেন দাসক প্ৰহাৰ কৰিলে কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে। চোঁচৰাই নি মাৰপিট দণ্ডাধীশগৰাকীক। ৰাজেন সিঙে ফালি পেলালে দণ্ডাধীশে পিন্ধি থকা ছাৰ্ট। মাৰপিটৰ পূৰ্বে দুয়োজনৰ মাজত সূত্ৰপাত হৈছিল কাজিয়াৰ। তাৰ পিছতে আৰক্ষী অধীক্ষকগৰাকীয়ে এইদৰে প্ৰহাৰ কৰে ACS বিষয়াগৰাকীক। CCTVত বন্দী হৈ ৰ’ল সমগ্ৰ দৃশ্য।

চাওক ভিডিঅ’



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি