মৰিয়নিত চাঞ্চল্যকৰ ঘটনা, চলন্ত মেজিকত যুৱতীক ধৰ্ষণৰ প্ৰচেষ্টা মেজিক চালকৰ

News18 Assam | News18-Assam
Updated:November 28, 2019, 6:31 PM IST
মৰিয়নিত চাঞ্চল্যকৰ ঘটনা, চলন্ত মেজিকত যুৱতীক ধৰ্ষণৰ প্ৰচেষ্টা মেজিক চালকৰ
চলন্ত মেজিকৰ পৰা জপিয়াই নিজকে ৰক্ষা যুৱতীৰ

চলন্ত মেজিকৰ পৰা জপিয়াই নিজকে ৰক্ষা যুৱতীৰ

  • Share this:
মৰিয়নিত চাঞ্চল্যকৰ ঘটনা।চলন্ত মেজিকত যুৱতীক ধৰ্ষণৰ প্ৰচেষ্টা মেজিক চালকৰ।চলন্ত মেজিকৰ পৰা জপিয়াই নিজকে ৰক্ষা যুৱতীৰ। যোৰহাট মৰিয়নিৰ পথৰ পুখুৰীয়াৰ ৰাজপথত সংঘটিত হৈছে এই ঘটনা।মৰিয়নিৰ নগৰৰ এখন বিউতি পাৰ্লাৰৰ কৰ্মচাৰী যুৱতীগৰাকী।পলাতক অভিযুক্ত চালক। ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে মেজিকখন।
আৰু চাওক
পৰৱৰ্তী বাতৰি