অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

News18 Assam | News18-Assam
Updated:January 15, 2020, 10:38 AM IST
অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
আজি হেঁপাহৰ ভোগালী বিহু

আজি হেঁপাহৰ ভোগালী বিহু

  • Share this:
আজি হেঁপাহৰ ভোগালী বিহু। পুৱাই অগ্নিদেৱতাক সেৱা জনাই ৰাজ্যত শান্তি, সম্প্ৰীতিৰ বাবে প্ৰাৰ্থনা।সমাজৰ পৰা অসুয়া-অশান্তি নাশ কৰি অসমৰ সাতামপূৰুষীয়া সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰাৰ সংকল্পৰে ৰাইজে উলহ-মালহেৰে উদযাপন কৰিছে ভোগৰ উৎসৱ ভোগালী বিহু।

অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টুইটাৰ যোগে অসমীয়াতে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যবাসীক জনালে ভোগালী বিহুৰ শুভেচ্ছা।

আৰু চাওক
পৰৱৰ্তী বাতৰি